Site Navigation:
 
 

6. Power ব্যৱহাৰকৰোঁতাৰ বাবে বৈশিষ্ট্য আৰু সংশোধন

6.1. সেৱক সংক্ৰান্ত সামগ্ৰী

বিভিন্ন GUI সেৱক আৰু ব্যৱস্থাপ্ৰণালী বিন্যাস সামগ্ৰীত Fedora 10 ত হোৱা উল্লেখযোগ্য পৰিবৰ্তন আৰু সংযোজনসমূহ এই বিভাগত আলোচনকৰা হয়েছ.

6.1.1. First Aid Kit

Firstaidkit এটা সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় ৰিকাভেৰি অনুপ্ৰয়োগ আৰু ইয়াৰ সহায়ত সৰ্বধৰণৰ ব্যৱহাৰকৰোঁতাৰা সহজেই সাব-ব্যৱস্থাপ্ৰণালী ৰিকোভেৰি কৰিবলৈ সক্ষম হ'বন । ব্যৱহাৰকৰোঁতাৰ তথ্য ক্ষতিগ্ৰস্ত না কৰে, উৎপন্ন সমস্যা সমাধানেৰ উদ্দেশ্যে Firstaidkit ৰ মূল বিন্যাস নিৰ্ধাৰিত হৈছে । Fedora Live CD আৰু চলমান ব্যৱস্থাপ্ৰণালীত এইটো rescue ধৰণত আছে ।

6.2. নথিপত্ৰ ব্যৱস্থাপ্ৰণালী

6.2.1. eCryptfs

Fedora 9 ত এনক্ৰিপ্টসহ নথিপত্ৰ-ব্যৱস্থাপ্ৰণালীৰ আবিৰ্ভাবেৰ পিছত F10 ত সেইটো উন্নত কৰা হৈছে আৰু সংৰক্ষিত তথ্যেৰ ক্ষেত্ৰত হানীকাৰক কিছু সমস্যা সমাধান কৰা হৈছে ।

6.2.2. EXT4

Fedora 9 featured a preview of ext4 support. Fedora 10 brings a fully ext4-compatible e2fsprogs. In addition, the Anaconda partition screen has an ext4 file system option available if you start the installer with the ext4 option at the boot prompt. Fedora 10 also includes delayed allocation for ext4. However, ext4 in Fedora 10 does not currently support file systems larger than 16 TiB.

6.2.3. XFS

XFS নথিপত্ৰ-ব্যৱস্থাপ্ৰণালী বৰ্তমানে সমৰ্থিত আৰু Anaconda ত উপস্থাপিত বিভাজন সংক্ৰান্ত পৰ্দায় আছে