Site Navigation:
 
 

4. ডেস্কট'প ব্যৱহাৰকৰোঁতাৰ বাবে প্ৰয়োজনীয় তথ্য

4.1. Fedora ডেষ্কট'প

Fedora.

4.1.1. ৱেব-ক্যাম সমৰ্থনেৰ উন্নত ব্যৱস্থা

Fedora 10 ত ৱেব-ক্যাম সমৰ্থনেৰ উন্নত বৈশিষ্ট্য উপস্থিত আছে ।

ভিতৰ Fedora Fedora.

Userspace support for webcams has also been improved by adding libv4l and updating all webcam using applications to use libv4l. This support makes these applications understand the manufacturer specific and custom video formats emitted by many webcams, especially by many of the webcams supported by gspca.

For a list of all webcams and applications where Fedora 10's new webcam support has been tested refer to https://fedoraproject.org/wiki/Features/BetterWebcamSupport. For a list of all webcams supported by the original version of gspca refer to the original gspca website.

http://mxhaard.free.fr/spca5xx.html

Fedora 10 ত উপস্থিত gspca ৰ V4L2 সংস্কৰণ দ্বাৰা এই সকলো আৰু অন্যান্য ৱেব-ক্যাম সমৰ্থিত হ'ব ।

4.1.2. Plymouth চিত্ৰাঙ্কিত বুট

নতুন গ্ৰাফিক্যাক বুট মোড সম্পৰ্কে অধিক তথ্য জনাৰ বাবে Section 2.6, “Fedora 10 বুট কৰাৰ সময়” পঢ়ক ।

4.1.3. ইনফ্ৰা ৰেড ৰিমোটেৰ বাবে সমৰ্থন

নতুন FedoraSection 4.1.3, “ইনফ্ৰা ৰেড ৰিমোটেৰ বাবে সমৰ্থন”.

LIRC is routinely used in multimedia applications to implement support for infrared remote controls, and using it in Rhythmbox and Totem should be as easy as plugging the remote receiver into your computer, then selecting Auto-detect in the Infrared Remote Control preferences. Refer to the feature page for more information:

https://fedoraproject.org/wiki/Features/BetterLIRCSupport

4.1.4. Bluetooth BlueZ 4.0

The Bluetooth support stack, called BlueZ (http://www.bluez.org,) has been updated to version 4.x in Fedora 10. Most changes in this version are useful for application developers, but users can notice the new, easier to use wizard for setting up keyboards, mice, and other supported Bluetooth devices. There is also the ability to turn-off the Bluetooth adapter on most brands of laptops through the preferences. This new version will also allow better support for audio devices in the future, through PulseAudio.

টোকা অবিকল্প.

4.1.5. GNOME

এই মুক্তিে GNOME 2.24 সংস্কৰণ উপস্থিত আছে । অধিক বিৱৰণেৰ বাবে পঢ়ক:

http://www.gnome.org/start/2.24/

4.1.5.1. Empathy ইনস্ট্যান্ট মেসেঞ্জাৰ

Empathy instant messenger is available in this release. It has support for multiple protocols including IRC, XMPP (Jabber), Yahoo, MSN, and others via plugins. It also supports video and voice in the XMPP protocol, with support for other protocols under active development. Empathy uses the telepathy framework that has a number of additional plugins:

  • telepathy-gabble - Jabber/XMPP প্লাগ-ইন

  • telepathy-idle - IRC প্লাগ-ইন

  • telepathy-butterfly - MSN প্লাগ-ইন

  • telepathy-sofiasip - SIP প্লাগ-ইন

  • telepathy-haze - Libpurple (Pidgin) library connection manager এ Yahoo ৰ দৰে অন্য আচাৰ বিধিৰ সমৰ্থন দিয়ে

ভিতৰ Fedora অবিকল্প Fedora.

4.1.5.2. GNOME প্ৰদৰ্শনে পৰিচালনব্যৱস্থা

The GNOME Display Manager (gdm) has been updated to the latest upstream code, which is a complete rewrite driven by Fedora developers. PolicyKit can be used to control shutdown and reboot. The configuration tool gdmsetup is missing currently, and is set to be replaced. For configuration changes, refer to:

http://live.gnome.org/GDM/2.22/Configuration

4.1.5.3. কোডেক সংস্থাপন সহায়ক ব্যৱস্থা

The GStreamer codec installation helper codeina was replaced by a PackageKit-based solution for Fedora 10. When Totem, Rhythmbox, or another GStreamer application require a plugin to read a film or song, a PackageKit dialog appears, allowing the user to search for the necessary package in the configured repositories.

বৈশিষ্ট্য চিহ্নকাৰী পৃষ্ঠাত অধিক বিৱৰণ উপস্থিত আছে:

https://fedoraproject.org/wiki/Features/GStreamer_dependencies_in_RPM

4.1.6. KDE

This release features KDE 4.1.2. As the kdevelop packages is not part of KDE 4.1 and kdewebdev is only partially available (no Quanta) in KDE 4.1, the KDE 3.5.10 versions of those packages are shipped. A kdegames3 package containing the games not yet ported to KDE 4 is also available.

http://kde.org/announcements/announce-4.1.2.php

KDE 4.1 is the latest release of KDE 4 and provides several new features, many usability improvements, and bugfixes over KDE 4.0, the first KDE 4 release series. This new release includes a folder view desktop applet (Plasmoid), improvements to Dolphin and Konqueror and many new and improved applications. KDE 4.1.2 is a bugfix release from the KDE 4.1 release series.

Fedora 10 does not include the legacy KDE 3 Desktop. It does include a compatibility KDE 3 Development Platform, which can be used to build and run KDE 3 applications within KDE 4 or any other desktop environment. Refer to the Section 7.6, “KDE 3 বিকাশ স্থাপত্য আৰু লাইব্ৰেৰি” section for more details about what is included.

Fedora 10 includes a snapshot of knetworkmanager, which works with the prerelease of NetworkManager 0.7 in Fedora 10. As it was not considered ready for production use, the KDE Live images use nm-applet from NetworkManager-gnome instead (as in Fedora 8 and 9). The gnome-keyring-daemon facility saves passwords for these encryption technologies. If you wish to try knetworkmanager, it can be installed from the repository.

As the native KWin window manager now optionally supports compositing and desktop effects, the KDE Live images no longer include Compiz/Beryl (since Fedora 9). The KWin compositing/effects mode is disabled by default, but can be enabled in systemsettings. Compiz (with KDE 4 integration) is available from the repository by installing the compiz-kde package.

4.1.6.1. উন্নত বৈশিষ্ট্য
  • Plasma is more mature and panel configuration has been extended. The new panel controller makes it easy to customize your panel providing direct visual feedback. The Plasma folderview applet provides a view of a directory and thus allows you to store files on the desktop. It is replaces other well known icons on the desktop.

4.1.6.2. সৰঞ্জাম আৰু অনুপ্ৰয়োগ সংক্ৰান্ত পৰিবৰ্তন
  • Fedora 10 ত kdepim 3.5.x ৰ পৰিবৰ্তে 4.1.2 সংস্কৰণ অন্তৰ্ভুক্ত কৰা হৈছে ।

  • libkipi, libkexiv2, and libkdcraw সৰঞ্জামসমূহ kdegraphics সৰঞ্জামেত উপস্থিত KDE 4 সংস্কৰণ দ্বাৰা অবচিত হৈছে । ইয়াৰ ফলে, kipi-plugins, digikam, আৰু kphotoalbum সৰঞ্জামসমূহ KDE 4 সংস্কৰণে উন্নয়ন কৰা হৈছে ।

  • KDE Fedora

Fedora Fedora Fedora:

  • KDE 4.0.3 সংস্কৰণ ৰ পৰা 4.1.2 সংস্কৰণে উন্নয়ন কৰা হৈছে ।

  • qt আৰু PyQt4 সৰঞ্জামসমূহ 4.3 ৰ পৰা 4.4 সংস্কৰণে উন্নয়ন কৰা হৈছে ।

  • KDE KDE.

  • QtWebKit বৰ্তমানে qt সৰঞ্জামেৰ অন্তৰ্গত । স্বতন্ত্ৰ WebKit-qt সৰঞ্জামটি বৰ্তমানে অবচিত হৈছে ।

  • KDE GNOME.

  • The phonon library, which was part of kdelibs in Fedora 9, is now a separate package. An optional GStreamer backend (phonon-backend-gstreamer) is now available, but the xine-lib backend, which is now packaged as phonon-backend-xine, is still the recommended default backend and is now required by the phonon package.

  • KDE ভিতৰ Fedora.

  • okteta সৰঞ্জামটি বৰ্তমানে kdeutils সৰঞ্জামেৰ অন্তৰ্গত ।

  • dragonplayer সৰঞ্জামটি বৰ্তমানে kdemultimedia সৰঞ্জামেৰ অন্তৰ্গত ।

  • kaider কাৰ্য্যক্ৰমেৰ নাম Lokalize ত পৰিবৰ্তন কৰা হৈছে আৰু kdesdk সৰঞ্জামেত অন্তৰ্ভুক্ত কৰা হৈছে ।

  • ksirk সৰঞ্জামটি KDE 4 ত পোৰ্ট কৰা হৈছে আৰু বৰ্তমানে এইটো kdegames সৰঞ্জামেত অন্তৰ্ভুক্ত ।

  • extragear-plasma সৰঞ্জামটিৰ নাম kdeplasma-addons ত পৰিবৰ্তন কৰা হৈছে ।

4.1.7. LXDE

This release of Fedora comes with an additional desktop environment named LXDE. LXDE is a new project that provides a lightweight, fast desktop environment designed to be usable and slim enough to keep resource usage low. To install the LXDE environment, use the Add/Remove Software tool or run:

su -c 'yum groupinstall LXDE'

যদি LXDE ৰ অকল মূল অলশহে লাগে, lxde-common সৰঞ্জাম সংস্থাপন কৰক:

su -c 'yum install lxde-common'

4.1.8. Sugar ডেষ্কট'প

The Sugar Desktop originated with the OLPC initiative. It allows for Fedora users and developers to do the following.

  • ক্লাবোৰেটিভ পৰিবেশত নিৰ্মাণ কৰা ।

  • Test out Sugar on an existing Fedora system by selecting the Sugar environment from their display manager.

  • Developers interested in working on the Sugar interface or writing activities can have a development platform without needing an XO laptop.

4.1.9. ৱেব চৰক

4.1.9.1. Flash প্লাগ-ইন সক্ৰিয়কৰণ

Fedora includes swfdec and gnash, which are free and open source implementations of Flash. We encourage you to try either of them before seeking out Adobe's proprietary Flash Player plugin software.

For instructions on installing the Flash Player under Fedora 10, refer to http://fedoraproject.org/wiki/Flash

4.1.9.2. PC ৰ স্পিকাৰ নিষ্ক্ৰিয় কৰাৰ প্ৰণালী

PC speaker is enabled by default in Fedora. If you do not prefer this, there are two ways to circumvent the sounds:

  • Reduce its volume to a acceptable level or completely mute the PC speaker in alsamixer with the setting for PC Speak.

  • সম্পূৰ্ণ ব্যৱস্থাপ্ৰণালীৰ বাবে PC ৰ স্পিকাৰ নিষ্ক্ৰিয় কৰাৰ বাবে কন্সোলেত নিম্নলিখিত আদেশ প্ৰয়োগ কৰক:

    	    su -c 'modprobe -r pcspkr' su -c 'echo "install pcspkr :" >> /etc/modprobe.conf'
    	  

4.2. নে'টৱৰ্ক ব্যৱস্থা

Fedora 10 ত নে'টৱৰ্ক সংক্ৰান্ত পৰিবৰ্তনসমূহ সম্বন্ধে নীচে আলোচনকৰা হৈছে ।

4.2.1. বেতাৰ সংযোগেৰ যৌথ ব্যৱহাৰ

NetworkManagernm-applet অ্যাপ্লেট উন্নয়ন কৰা হৈছে । ইয়াৰ ফলে, নতুন বেতাৰ নে'টৱৰ্ক নিৰ্মাণ কৰক মেনুৰ সহায়ত নে'টৱৰ্ক সংযোগেৰ যৌথ ব্যৱহাৰ উন্নত কৰা যাব ।

সংযোগেৰ যৌথ ব্যৱহাৰৰ বৈশিষ্ট্যেৰ সহায়ত, নে'টৱৰ্ক সংযোগ আৰু এটা অব্যৱহৃত বেতাৰ কাৰ্ড সহ ব্যৱস্থাপ্ৰণালীত সহজে এটা বেতাৰ নে'টৱৰ্ক নিৰ্মাণ কৰা যাব । যন্ত্ৰে এটা প্ৰধান নে'টৱৰ্ক সংযোগ (তাৰ দ্বাৰা সংযোগ, 3G, দ্বিতীয় বেতাৰ কাৰ্ড) উপস্থিত থাকিলে, এই নে'টৱৰ্কত বেতাৰ নে'টৱৰ্কসমূহৰ সৈতে যুক্ত যন্ত্ৰসমূহ বহিস্থিত নে'টৱৰ্কেৰ সৈতে সংযোগ স্থাপনেৰ উদ্দেশ্যে বাবে যথাযত ৰূপে ৰাউটিং প্ৰস্তুত কৰা হয় ।

নতুন বেতাৰ নে'টৱৰ্ক নিৰ্মাণ কৰা হ'লে, নে'টৱৰ্কেৰ নাম আৰু ব্যৱহাৰযোগ্য বেতাৰ নিৰাপত্তা ব্যৱস্থা উল্লেখ কৰা আৱশ্যক । ইয়াৰ পিছত, NetworkManager দ্বাৰা বেতাৰ কাৰ্ডকে এটা বেতাৰ নোড ৰূপে প্ৰস্তুত কৰা হয় আৰু অন্যান্য ব্যৱস্থাপ্ৰণালী ইয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাৰবে ।নতুন নে'টৱৰ্ক আৰু প্ৰধান নে'টৱৰ্কেত ৰাউটিং ব্যৱস্থা নিৰ্ধাৰণ কৰা হ'ব আৰু নতুন বেতাৰ নে'টৱৰ্কেত IP ঠিকানা স্থাপনেৰ বাবে DHCP প্ৰয়োগ কৰা হ'ব । DNS অনুৰোধসমূহও, ঊৰ্ধ্বে স্থিত নেমসেৱকৰ সৈতে স্বচ্ছৰূপে অনুবৰ্তন কৰা হয় ।

4.3. প্ৰিন্ট ব্যৱস্থা

অন্যান্য আধুনিক ডেষ্কট'পেৰ অনুৰূপ, প্ৰিন্ট পৰিচালন ব্যৱস্থাৰ (system-config-printer বা ব্যৱস্থাপ্ৰণালীপ্ৰশাসনিক কৰ্মguisubmenu>) system-config-printer

অন্যান্য পৰিবৰ্তনেত আছে:

  • বিন্যাস ব্যৱস্থাৰ সংযোগক্ষেত্ৰটি ব্যৱহাৰকৰোঁতাৰ বাবে সৰল কৰা হৈছে । প্ৰিন্টাৰেৰ আইকনেৰ উপৰ দুইবাৰ ক্লিক কৰা হ'লে প্ৰিন্টাৰ সংক্ৰান্ত বৈশিষ্ট্যেৰ সংযোগক্ষেত্ৰ প্ৰদৰ্শন কৰা হ'ব । ইয়াৰ ফলে, পৰ্দাৰ বাঁদিকে উপস্থিত প্ৰিন্টাৰ তালিকা আৰু ডানদিকে নিৰ্বাচিত প্ৰিন্টাৰেৰ বৈশিষ্ট্য প্ৰদৰ্শনেৰ ব্যৱস্থা বৰ্তমানে ব্যৱহাৰ কৰা ন'হ'ব ।

  • CUPS ৰ অনুমোদন ব্যৱস্থা বিষয়ক ডায়লগ সংযোগক্ষেত্ৰত বৰ্তমানে সঠিক ব্যৱহাৰকৰোঁতাৰ নাম নিৰ্বাচিত হয় আৰু কৰ্ম চলাকালে এই ডায়লগেত পৰিবৰ্তন কৰা সম্ভৱ হ'ব ।

  • বিন্যাস সামগ্ৰী সঞ্চালিত হ'লে, প্ৰিন্টাৰেৰ তালিকা পৰিবৰ্তনশীলৰূপে উন্নয়ন কৰা হ'ব ।

  • কোনো এটা প্ৰিন্টাৰেত অপেক্ষাৰত সকলো কৰ্মেৰ তালিকা দেখাৰ বাবে, প্ৰিন্টাৰ আইকনেৰ উপৰ ডান দিকেৰ মাউসেৰ বাটন ক্লিক কৰক আৰু প্ৰিন্টেৰ কিউ প্ৰদৰ্শন কৰা হ'ব নিৰ্বাচন কৰক । একাধিক প্ৰিন্টাৰে অপেক্ষাৰত কৰ্মেৰ তালিকা দেখাৰ বাবে, প্ৰথমে প্ৰয়োজনীয় প্ৰিন্টাৰসমূহ নিৰ্বাচন কৰক আৰু ইয়াৰ পিছত মাউসেৰ ডান দিকেৰ বাটন ক্লিক কৰক । সকলো কৰ্ম দেখাৰ বাবে, কোনো প্ৰিন্টাৰ নিৰ্বাচন না কৰেই, মাউসেৰ ডান-দিকেৰ বাটন ক্লিক কৰক ।

  • The job monitoring tool displays a message when a job has failed. The message indicates whether the printer has been stopped as a result shown in the message. A Diagnose button starts the trouble-shooter.

  • কৰ্ম নিৰীক্ষণ ব্যৱস্থা দ্বাৰা বৰ্তমানে প্ৰক্সিৰ অনুমোদন কৰা হয় । কোনো প্ৰিন্ট কৰ্মেৰ বাবে CUPS বেক তন্ডে অনুমোদন প্ৰয়োজন হ'লে, এটা অনুমোদনেৰ ডায়লগ বক্স প্ৰদৰ্শন কৰা হয় যাৰ ফলত কোনো বিঘ্ন বিনা সংশ্লিষ্ট কৰ্ম চলবে ।

  • প্ৰিন্টেৰ অৱস্থা সংক্ৰান্ত ডায়লগ বক্স (GTK+ ৰ ক্ষেত্ৰত) দ্বাৰা প্ৰিন্টাৰেৰ অৱস্থা সংক্ৰান্ত অধিক তথ্য প্ৰদৰ্শন কৰা হয় । উদাহৰণস্বৰূপ, প্ৰিন্টাৰে কাগজ শেষ হয়ে গেলে এটা সতৰ্কবাৰ্তাৰ প্ৰতীকচিহ্ন প্ৰদৰ্শন কৰা হ'ব । প্ৰিন্টাৰ স্থগিত কৰাৰ হ'লেও এটা প্ৰতীকচিহ্ন প্ৰদৰ্শন কৰা হ'ব আৰু কৰ্ম প্ৰত্যাখ্যানকাৰী প্ৰিন্টাৰসমূহৰ নাম ধূসৰ ৰঙে প্ৰদৰ্শিত হ'ব অৰ্থাৎ এই প্ৰিন্টাৰসমূহ বৰ্তমানে উপলব্ধ নাই ।

4.4. সৰঞ্জাম সংক্ৰান্ত টোকা

Fedora 10‌ ত উল্লেখযোগ্যভাবে পৰিবৰ্তন কৰা চালনাজ্ঞান সৰঞ্জামসমূহ সম্পৰ্কে নিম্নলিখিত বিভাগে আলোচনকৰা হৈছে । সহজে পাঠযোগ্য কৰাৰ উদ্দেশ্যে, সংস্থাপন ব্যৱস্থাপ্ৰণালীৰ সংকলন অনুযায়ী এই সৰঞ্জামসমূহকে দলবদ্ধ কৰা হৈছে ।

4.4.1. GIMP

Fedora 10 ত GNU Image Manipulation Program ৰ (GIMP) ২.৬ সংস্কৰণ উপলব্ধ কৰা হৈছে ।

নতুন সংস্কৰণটি, পূৰ্ববৰ্তী সংস্কৰণৰ সৈতে সুসংগত কৰা হৈছে আৰু ইয়াৰ ফলত এটা ক্ষুদ্ৰ পাৰ্থক্য ব্যতীত সকলো স্বতন্ত্ৰ প্লাগ-ইন আৰু স্ক্ৰিপ্ট সঠিকৰূপে চলতে সক্ষম । Script-Fu স্কিম ইন্টাৰপ্ৰেটাৰ দ্বাৰা বৰ্তমানে, প্ৰাৰম্ভিক মান বিহীন কোনো চলক গ্ৰহণ কৰা নহয় আৰু এই আচৰণ কোডিং ভাষা সংক্ৰান্ত প্ৰমিত নিয়মবলীৰ সৈতে সুসংগত নয় । Fedora সৰঞ্জামেত উপলব্ধ স্ক্ৰিপ্টেৰ ক্ষেত্ৰত এই সমস্যা হোৱা উচিত নয় কিন্তু অন্যান্য স্থান ৰ পৰা প্ৰাপ্ত স্ক্ৰিপ্টে এই ধৰণৰ সমস্যা দেখাৰ দিলে, সংশ্লিষ্ট স্ক্ৰিপ্ট সংশোধনেৰ প্ৰক্ৰিয়া জনাৰ বাবে GIMP মুক্তি টোকা পঢ়ক:

http://www.gimp.org/release-notes/gimp-2.6.html

উপৰন্তু, স্বতন্ত্ৰ প্লাগ-ইন আৰু স্ক্ৰিপ্ট সংস্থাপন কৰাৰ বাবে ব্যৱহৃত gimptool স্ক্ৰিপ্টটি gimp সৰঞ্জাম ৰ পৰা gimp-devel সৰঞ্জামেত স্থানান্তৰ কৰা হৈছে । gimptool ব্যৱহাৰ কৰিবলৈ ইচ্ছুক হ'লে এই সৰঞ্জামটি সংস্থাপন কৰক ।

Fedora ত উপস্থিত কিছু চালনাজ্ঞানৰ ক্ষেত্ৰত নিম্নলিখিত আইনি সূচনা প্ৰযোজ্য ।

Portions Copyright © 2002-2007 Charlie Poole or Copyright © 2002-2004 James W. Newkirk, Michael C. Two, Alexei A. Vorontsov or Copyright © 2000-2002 Philip A. Craig

4.5. অন্তৰ্জাতিক ভাষা সমৰ্থন ব্যৱস্থা

Fedora ৰ অধীন ভাষা সমৰ্থন সংক্ৰান্ত তথ্য এই বিভাগত আলোচনকৰা হৈছে

  • Fedora ৰ স্থানীয়কৰণ (অনুবাদ) Fedora Localization Project দ্বাৰা পৰিচালিত হয় -- http://fedoraproject.org/wiki/L10N

  • Fedora ৰ আন্তৰ্জাতীয়কৰণ প্ৰক্ৰিয়া Fedora I18n Project দ্বাৰা পৰিচালিত হয় -- http://fedoraproject.org/wiki/I18N

4.5.1. ভাষা সংক্ৰান্ত বৈশিষ্ট্য

Fedora মধ্যে অনেকসমূহ অনুবাদ কৰা চালনাজ্ঞান উপস্থিত আছে । উপলব্ধ ভাষাৰ তালিকা জনাৰ বাবে Fedora ৰ গুৰুত্বপূৰ্ণ কাৰ্য্যক্ৰম Anaconda অংশেৰ অনুবাদেৰ পৰিসংখ্যান চাওক ।

4.5.1.1. ভাষা সমৰ্থন ব্যৱস্থাৰ সংস্থাপন

ভাষা সংকলনেৰ অধীন langpack আৰু অতিৰিক্ত ভাষা সমৰ্থন ব্যৱস্থা সংস্থাপন কৰাৰ বাবে নিম্নলিখিত আদেশ প্ৰয়োগ কৰক:

	su -c 'yum groupinstall
	  <language>-support'
      

উপৰোক্ত আদেশে, <language> ৰ পৰিবৰ্তে কোনো ভাষা যেনে assamese, bengali, chinese ইত্যাদি লেখা আৱশ্যক ।

Fedora ৰ পূৰ্ববৰ্তী সংস্কৰণ ৰ পৰা উন্নয়ন কৰাৰ সময়, SCIM ব্যৱহাৰকৰোঁতাৰ ক্ষেত্ৰত scim-bridge-gtk সংস্থাপন কৰা উপদেশিত । এটি, libstdc++ ৰ পূৰ্ববৰ্তৰ সংস্কৰণোৰ সৈতে যুক্ত স্বতন্ত্ৰ C++ অনুপ্ৰয়োগেৰ সৈতে সুষ্ঠৰূপে চলতে সক্ষম ।

4.5.1.2. Transifex

দূৰবৰ্তী আৰু ভিন্ন সংস্কৰণ কনট্ৰোল ব্যৱস্থাপ্ৰণালীত স্থাপিত প্ৰকল্প অনুবাদ কৰাৰ বাবে Fedora ৰ অনলাইন ব্যৱস্থা Transifex আছে । Fedora ৰ অনেকসমূহ গুৰুত্বপূৰ্ণ সৰঞ্জামেৰ বাবে Transifex ৰ মাধ্যমে অনুবাদ গ্ৰহণ কৰা হয় ।

http://transifex.org/

Through a combination of new web tools (http://translate.fedoraproject.org), community growth, and better processes, translators can contribute directly to any upstream project through one translator-oriented web interface. Developers of projects with no existing translation community can easily reach out to Fedora's established community for translations. In turn, translators can reach out to numerous projects related to Fedora to easily contribute translations.

https://translate.fedoraproject.org/submit

4.5.2. ফন্ট

অধিকাংশ ভাষাৰ বাবে প্ৰয়োজনীয় ফন্ট অবিকল্পিতৰূপে ডেষ্কট'পে সংস্থাপন কৰা হয় আৰু ইয়াৰ ফলত অনেকসমূহৰ ভাষাৰ বাবে অবিকল্পিত বৈশিষ্ট্য স্থাপিত হয় ।

4.5.2.1. হান ইউনিফিকেশনেৰ বাবে অবিকল্পিত ভাষা

When not using an Asian locale in GTK-based applications, Chinese characters (that is, Chinese Hanzi, Japanese Kanji, or Korean Hanja) may render with a mixture of Chinese, Japanese, and Korean fonts depending on the text. This happens when Pango does not have sufficient context to know which language is being used. The current default font configuration seems to prefer Chinese fonts. If you normally want to use Japanese or Korean say, you can tell Pango to use it by default by setting the PANGO_LANGUAGE environment variable. For example ...

	export PANGO_LANGUAGE=ja
      

... ইয়াৰ ফলে, অন্য কোনো ইঙ্গিত উপস্থিত না থাকিলে Pango ৰেন্ডাৰিং দ্বাৰা জাপানি হৰফ অনুমানেৰ নিৰ্দেশ দিয়া হয় ।

4.5.2.2. জাপানি

fonts-japanese সৰঞ্জামটি japanese-bitmap-fonts নামে পৰিবৰ্তন কৰা হৈছে ।

4.5.2.3. খমেৰ

Fedora ৰ বৰ্তমান মুক্তি খমেৰ ভাষাৰ সমৰ্থনেৰ উদ্দেশ্যে খমেৰ OS ফন্ট khmeros-fonts যোগ কৰা হৈছে ।

4.5.2.4. কোৰিয়ান

নতুন হাংগুল ফন্ট ৰূপে baekmuk-ttf-fonts ৰ পৰিবৰ্তে un-core-fonts সৰঞ্জামটি উপলব্ধ কৰা হৈছে ।

4.5.2.5. পৰিবৰ্তনেৰ সম্পূৰ্ণ তালিকা

ফন্ট সংক্ৰান্ত সব পৰিবৰ্তনেৰ তথ্য নিম্নলিখিত পৃষ্ঠায় একত্ৰিত কৰা হৈছে:

http://fedoraproject.org/wiki/Fonts_inclusion_history#F10

[Tip] Fedora Linux ত উপলব্ধ ফন্ট

Fonts SIG (http://fedoraproject.org/wiki/Fonts_SIG) দ্বাৰা Fedora Linux ফন্টেৰ (http://fedoraproject.org/wiki/Fonts) বিশেষ যত্ন নেৱা হয় । ফন্ট নিৰ্মাণ, সৰঞ্জাম, প্ৰস্তাবনা বা ফন্ট সম্পৰ্কে কোনো ধৰণৰ উন্নতি কৰিবলৈ ইচ্ছুক হ'লে, অনুগ্ৰহ কৰে এই দলেৰ যোগ দিন । আপোনাৰ সহায়তা অত্যন্ত গুৰুত্বপূৰ্ণ ।

http://fedoraproject.org/wiki/Joining_the_Fonts_SIG

http://fedoraproject.org/wiki/Fonts_and_text-related_creative_tasks

http://fedoraproject.org/wiki/Fonts_and_text_quality_assurance

http://fedoraproject.org/wiki/Fonts_packaging

http://fedoraproject.org/wiki/Font_wishlist

4.5.3. নিবেশ পদ্ধতি

input-methods নামক এটা নতুন yum দলেৰ সহায়ত অনেকসমূহ ভাষাৰ বাবে প্ৰয়োজনীয় group called and নিবেশ পদ্ধতি অবিকল্পিতৰূপে সংস্থাপন কৰা হয় । ইয়াৰ ফলে, অবিকল্পিত নিবেশ ব্যৱস্থাপ্ৰণালী স্বয়ংক্ৰিয়ৰূপে সক্ৰিয় হয় আৰু অধিকাংশ ভাষাৰ বাবে প্ৰমিত নিবেশ পদ্ধতি উপলব্ধ থাকবে । উপৰন্তু, সাধাৰণ সংস্থাপন আৰু Fedora Live ত সুসংগতি হ'ব ।

4.5.3.1. im-chooser আৰু imsettings

It is now possible to start and stop the use of input methods during runtime thanks to the imsettings framework. The GTK_IM_MODULE environment variable is no longer needed by default but can still be used to override the imsettings.

অকল কোনো এশিয়ান লোকেইল চালনাকাৰী ডেষ্কট'পেত অবিকল্পিতৰূপে নিবেশ পদ্ধতি আৰম্ভ কৰা হয় । এই তালিকায় বৰ্তমানে উপস্থিত আছে: as, bn, gu, hi, ja, kn, ko, ml, mr, ne, or, pa, si, ta, te, th, ur, vi, zh । ডেষ্কট'পেত নিবেশ পদ্ধতি সক্ৰিয় বা নিষ্ক্ৰিয় কৰা বাবে প্ৰধান প্যানেল ৰ পৰা ব্যৱস্থাপ্ৰণালী+পছন্দ+ব্যক্তিগত+নিবেশ নিৰ্বাচন কৰে im-chooser প্ৰয়োগ কৰক ।

4.5.3.2. নতুন ibus নিবেশ পদ্ধতি

scim ৰ কিছু সমস্যা সমাধানেৰ বাবে নিৰ্মিত এটা নতুন নিবেশ পদ্ধতি ibus Fedora 10 ত উপলব্ধ কৰা হৈছে । Fedora 11 ত সম্ভৱত এইটো অবিকল্পিত নিবেশ পদ্ধতি ৰূপে নিৰ্ধাৰণ কৰা হ'ব ।

http://code.google.com/p/ibus

এৰ দ্বাৰা বেশ কিছু নিবেশ পদ্ধতিৰ ইঞ্জিন আৰু immodule উপলব্ধ কৰা হয়:

  • ibus-anthy (জাপানি)

  • ibus-chewing (পাৰম্পৰিক চীনা)

  • ibus-gtk (GTK immodule)

  • ibus-hangul (কোৰিয়ান)

  • ibus-m17n (ভাৰতীয় আৰু অন্যান্য ভাষা)

  • ibus-pinyin (সৰলীকৃত চীনা)

  • ibus-qt (Qt immodule)

  • ibus-table (চীনা প্ৰভৃতি)

ibus সংস্থাপন কৰে ব্যৱহাৰকৰোঁতাৰা নিজেৰ ভাষা ব্যৱহাৰ কৰিব পাৰে আৰু কোনো ধৰণৰ সমস্যা দেখা দিলে সেইসমূহ সম্পৰ্কে সূচিত কৰিব পাৰে ।

4.5.4. ভাৰতীয় অন-স্ক্ৰিন চাবিৰ ফলক (iok)

Fedora 10 includes iok, an onscreen virtual keyboard for Indian languages, which allows input using Inscript keymap layouts and other 1:1 key mappings. For more information refer to the homepage:

https://fedorahosted.org/iok

4.5.5. ভাৰতীয় ভাষাৰ collation সমৰ্থন

Fedora 10 includes sorting support for Indic languages. This support fixes listing and order of menus in these languages, representing them in sorted order and making it easy to find desired elements.

বৰ্তমানে নিম্নলিখিত ভাষাসমূহৰ বাবে সমৰ্থন আছে:

  • গুজৰাটি

  • হিন্দি

  • কন্নড়

  • কাশ্মিৰি

  • কোঙ্কানি

  • মৈথিলি

  • মাৰাঠি

  • নেপালি

  • পাঞ্জাবি

  • সিন্ধি

  • তেলুগু